Notice

14 August 2026Abhayapuri
বিশেষ ঘোষণা

বিশেষ কাৰিকৰী অসুবিধাৰ বাবে অহা ১৬ আগষ্টৰ আনুষ্ঠানিক ফলাফল ঘোষণাৰ সলনি অনলাইনৰ মাধ্যমত ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ফলাফল ঘোষণা- ১৬ আগষ্ট, ২০২৬
সময়- ১০ বজাত।

স্থান লাভ কৰা সকলক ব্যক্তিগত ভাৱেও ফলাফল জনাই দিয়া হ'ব।

স্থান লাভ কৰা সকলৰ‌ ঘৰত গৈ পুৰষ্কাৰ আৰু মানপত্ৰ আগবঢ়োৱা হ'ব।

Website- anajarifoundation.org
Facebook Page - www.facebook.com/AnajariFoundation

এই সাময়িক অসুবিধাৰ বাবে আমি আন্তৰিকভাৱে দুঃখিত আৰু সকলো প্ৰতিযোগী, অভিভাৱক তথা শুভাকাংক্ষীৰ সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।

– এনাজৰী ফাউণ্ডেছন
Back to Activities