এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।

এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।
23 August 2026Abhayapuri
এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।

'ক' শাখাত প্ৰথম স্থান দখল কৰে মণ্টফৰ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী ধ্ৰুবিকা ৰায়ে। দ্বিতীয় স্থান লাভ কৰে আদৰ্শ বিদ্যালয়, টাপাট্টাৰীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ডাভিৰ বক্সিয়ে। তৃতীয় স্থান লাভ কৰে একেখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ কুলদ্বীপ সৰকাৰে।

 'খ' শাখাত প্ৰথম স্থান লাভ কৰে ফেকাল্টি এম পি হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞাস্মিতা দাসে। দ্বিতীয় স্থান লাভ কৰে মণ্টফৰ্ট স্কুলৰ নুৰাজ হুছেইনে। তৃতীয় স্থান লাভ কৰে লিটিল ফ্লাৱাৰ ইংলিছ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জেনিথ দাসে।

 'গ' শাখাত প্ৰথম স্থান লাভ কৰে ফেকাল্টি এম পি হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰিশিতা খাতুনে। দ্বিতীয় স্থান লাভ কৰে দিল্লী পাব্লিক স্কুল, ঢালিগাঁৱৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ডলি মণ্ডলে। তৃতীয় স্থান লাভ কৰে লিটিল ফ্লাৱাৰ ইংলিছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অভীপ্সা ৰায়ে।

Photo Gallery

এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 1এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 2এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 3এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 4এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 5এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 6এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 7এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 8এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। photo 9
Back to Activities